Priyam Pritam

Student, Writer, and Web Developer in Kamalpur, India

Read my blog

মোৰ দৰেই মই ।

মাৰফৎ : ফুটপাথ

দূৰভাষ : ৯১০১৮৯৯৮৭৭

ই-মেইল : [email protected] /

[email protected]

ফেচবুকৰ সৌজন্যত : https://www.facebook.com/p.pritam.54

গেটৱে একাডেমী জুনিয়ৰ কলেজ, বাইহাটা চাৰিআলিৰ ই-মুখপত্ৰ হৈছে গেটওৱিয়ান । ইউনিকোডত সাহিত্য চৰ্চা তথা লেখা-মেলাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক জীৱনৰ প্ৰথমখন খেলপথাৰৰ পৰাই পৰিচয় কৰাই দিয়াৰ মানসেৰে আৰম্ভ কৰা হৈছে আমাৰ এই প্ৰচেষ্টা । মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী আদিৰ লেখা-মেলাৰ উপৰিও অতিথি লেখকৰ নিৰ্বাচিত লেখা, সাক্ষাৎকাৰ আদিও ইয়াত প্ৰকাশৰ ব্যৱস্থা ৰখা হৈছে ।
সদ্যহতে মুখপত্ৰখন প্ৰতিবছৰে একাডেমীৰ নৱাগত আদৰণি সভাৰ দিনাখনেই উন্মোচন কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।
অসমীয়া ৱিকিপিডিয়াত গেটওৱিয়ানৰ বিষয়ে পঢ়িবলৈ ইয়াত ক্লিক কৰক
অসমীয়া ৱিকিপিডিয়াত গেটৱে একাডেমী জুনিয়ৰ কলেজৰ বিষয়ে পঢ়িবলৈ ইয়াত ক্লিক কৰক
ফেচবুকত গেটওৱিয়ানৰ স’তে সংযোগ হ’বলৈ ইয়াত ক্লিক কৰক
গেটওৱিয়ানৰ শেহতীয়া সংখ্যাটো পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Education
    • (1) Sankar Ajan Shiksha Niketan, Kamalpur
    • (2) Gateway Academy Junior College, Baihata
    • (3) Quest Academy, Guwahati
    • (4) Tech Booster Institute of Professional Studies